AI Generated Video

পেনলেছ ৰুট কেনেলৰ সন্তুষ্টি

Created December 20, 2025

About this video

Check out this video I made with revid.ai

https://www.revid.ai/view/-wivARmWmU3N71u0Hory5

Try the Add Caption to Video

Create your own version in minutes

Video Transcript

Full text from the video

0:00

নমস্কাৰ। মই ৰূপা চান্দেল। মই খাঞ্চী পাণ্ডু মালী গাঁৱৰ পৰা আহিছো। গণেশ গ্ৰুপ যিটো আজিৰ

0:07

পৰা স্মাইলিনেস ডেন্টেল ষ্টুডিঅ'। মোৰ এক মাহৰ পৰা বহুত বিষ হৈ আছিল। মোৰ দাঁতটো আৰু মোৰ ডক্তৰ সৌৰভৰ

0:17

পৰা আৰ চি ডি কৰালোঁ। ৰুট কেনেলটো কৰালোঁ, কৰোৱাৰ পিছত তেখেতে মোৰ ক্ৰাউন লগাই দিলে। আৰু মই একেবাৰে

0:23

ভবা নাছিলোঁ যে এইটো ইমান পেনলেছ হ'ব বুলি। মই আগতেও কৰাই আছিলোঁ, বেলেগ জাগাৰ পৰা

0:28

বহুত বিষ পাইছিলোঁ। সেয়েহে, তেতিয়াৰ পিছত মোৰ এটা বিশ্বাস হেৰাই গৈছিল। কিন্তু যেতিয়া

0:34

আহিছোঁ, মই ইমান বেছি সন্তুষ্ট আৰু মই আপোনালোকক চাজেষ্ট কৰি ৰিকমেন্ড কৰি আছোঁ যাতে আপোনালোকে

0:40

কাইণ্ডলি আহিব। এটলিষ্ট এটা চাৰ্ভিচ লৈ চাব, তেতিয়া আপোনালোকে গম পাব। যে যেতিয়া মানে আপোনাৰ চাৰ্ভিচটো

0:47

কেনেকৈ দিয়ে। আৰু ইমান ফ্ৰেণ্ডলী নেচাৰ হয়। যেতিয়া মই ভবা নাছিলোঁ যে চাৰ্ভিচ পাম বুলি। সেয়েহে

Impact

240,909+ Short Videos
Created By Over 14,258+ Creators

Whether you're sharing personal experiences, teaching moments, or entertainment - we help you tell stories that go viral.

No credit card required